• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইত ব্যৱসায়ীৰ মূৰত পিষ্টল থৈ দুৰ্বৃত্তই লুটি নিলে ২০ লক্ষাধিক টকা

হোজাইত ব্যৱসায়ীৰ মূৰত পিষ্টল থৈ দুৰ্বৃত্তই লুটি নিলে ২০ লক্ষাধিক টকা

আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও কোনো শুংসূত্ৰ লাভ কৰা নাই দুৰ্বৃত্তৰ দলটোৰ।

আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও কোনো শুংসূত্ৰ লাভ কৰা নাই দুৰ্বৃত্তৰ দলটোৰ।

আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও কোনো শুংসূত্ৰ লাভ কৰা নাই দুৰ্বৃত্তৰ দলটোৰ।

  • Share this:
হোজাইৰ পুৰণি বজাৰত দিন ডকাইতি। আজি পুৱাৰ ভাগত চাৰিজনীয়া দুৰ্বৃত্তৰ দল এটাই  সংঘটিত কৰে এই চাঞ্চল‍্যকৰ ডকাইতি কাণ্ড।কণীৰ পাইকাৰী ব্যৱসায়ী প্ৰশান্ত সাহাই পুৱা দোকান খুলি থকা অৱস্থাত দুখন বাইকত অহা চাৰিজনীয়া দুৰ্বৃত্তৰ দলে পিষ্টল টোৱাই ব্যৱসায়ীজনৰ হাতৰ পৰা টকাভৰ্তি মোনাখন লৈ উধাও হয়। মোনাখনত ২০ লাখতকৈ অধিক টকা আছিল বুলি ব্যক্ত কৰিছে ব্যৱসায়ীজনে। টকাখিনি কণী কোম্পানীত জমা দিবলৈ ঘৰৰ পৰা লৈ আনিছিল বুলি মন্তব্য কৰিছে ব্যৱসায়ীজনে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও কোনো শুংসূত্ৰ লাভ কৰা নাই দুৰ্বৃত্তৰ দলটোৰ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি