ডকাইতৰ আজৱ কৌশল, চাওক কিদৰে বিহপুৰীয়াত লুটি নিলে ৫ লাখ টকা

বিপিন বৰাই তেওঁৰ আত্মীয় চন্দ্ৰেশ্বৰ হাজৰিকাৰ পৰা ধাৰ লোৱা ধনখিনি SBIৰ পৰা উলিয়াই অনাৰ পিছতে সংঘটিত হয় ঘটনাটো।

News18-Assam
Updated:September 19, 2019, 1:02 PM IST
ডকাইতৰ আজৱ কৌশল, চাওক কিদৰে বিহপুৰীয়াত লুটি নিলে ৫ লাখ টকা
বিপিন বৰাই তেওঁৰ আত্মীয় চন্দ্ৰেশ্বৰ হাজৰিকাৰ পৰা ধাৰ লোৱা ধনখিনি SBIৰ পৰা উলিয়াই অনাৰ পিছতে সংঘটিত হয় ঘটনাটো।
News18-Assam
Updated: September 19, 2019, 1:02 PM IST
লখিমপুৰৰ বিহপুৰীয়াৰ ষ্টেট বেংকৰ সন্মুখৰ পৰা দিন দুপৰতে দুৰ্বৃত্তই লুটি নিয়ে নগদ ৫ লাখ টকা। বিপিন বৰা নামৰ লোকজনে বেংকৰ পৰা উলিয়াই আনি বাইকত ওলমাই থোৱাৰ সময়তে লুটি নিয়ে টকাৰ বেগটো৷ বাইকৰ হেণ্ডেলত জুলীয়া পদাৰ্থৰ প্ৰলেপ দি থোৱাত সেই প্ৰলেপ হাতত লগাৰ পাছতে চকুৰে ধুৱলি–কুৱলি দেখে লোকজনে৷ সেই সময়তে দুৰ্বৃত্তই লুটি নিয়ে ধনখিনি৷
বিহপুৰীয়া নগৰৰ ৫নং ৱাৰ্ডৰ বাসিন্দা তথা LICৰ এজেণ্ট বিপিন বৰাই তেওঁৰ আত্মীয় চন্দ্ৰেশ্বৰ হাজৰিকাৰ পৰা ধাৰ লোৱা ধনখিনি SBIৰ পৰা উলিয়াই অনাৰ পিছতে সংঘটিত হয় ঘটনাটো।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি