বেংকৰ গ্ৰাহকৰ ওপৰত শেনচকু, গুৱাহাটীত মুহূৰ্ততে দুৰ্বৃত্তই কাঢ়ি নিলে ১.৫২ লাখ টকা

News18 Assam | News18-Assam
Updated:February 4, 2020, 1:58 PM IST
বেংকৰ গ্ৰাহকৰ ওপৰত শেনচকু, গুৱাহাটীত মুহূৰ্ততে দুৰ্বৃত্তই কাঢ়ি নিলে ১.৫২ লাখ টকা
সাংকেতিক ফটো (Credit : hamhigh.co.uk)

খানাপাৰাৰ দিশৰ পৰা আহি থকা দুই দুৰ্বৃত্তই ধন কাঢ়ি লৈ দ্ৰুতগতিত পলায়ন কৰে গণেশগুৰিৰ দিশে।

  • Share this:
মহানগৰীত পুনৰ দুৰ্বৃত্তৰ ধন লুট। মহানগৰীৰ ছয়মাইলত সংঘটিত হৈছে এই ঘটনা। SBI ছয়মাইল শাখাৰ সমীপত বসন্ত হাতিমূৰীয়া নামৰ এজন লোকৰ পৰা দুৰ্বৃত্তই লুটি নিলে ১ লাখ ৫২ হাজাৰ টকা। লোকজনে বেংকৰ পৰা ধনখিনি উলিয়াই অনাৰ সময়তে লুটি নিলে দুৰ্বৃত্তই। এখন বাইকত আহিছিল দুই দুৰ্বত্ত। খানাপাৰাৰ দিশৰ পৰা আহি থকা দুই দুৰ্বৃত্তই ধন কাঢ়ি লৈ দ্ৰুতগতিত পলায়ন কৰে গণেশগুৰিৰ দিশে।
আৰু চাওক
পৰৱৰ্তী বাতৰি