তেজপুৰৰ গণেশঘাটৰ গণেশ মন্দিৰত দুৰ্বৃত্তই ভাঙিলে লক্ষ্মী মূৰ্তিৰ হাত

ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকৰ লগতে কেইবাটাও সংগঠনে।

News18-Assam
Updated:August 8, 2019, 10:33 AM IST
তেজপুৰৰ গণেশঘাটৰ গণেশ মন্দিৰত দুৰ্বৃত্তই ভাঙিলে লক্ষ্মী মূৰ্তিৰ হাত
ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকৰ লগতে কেইবাটাও সংগঠনে।
News18-Assam
Updated: August 8, 2019, 10:33 AM IST
তেজপুৰত দুৰ্বৃত্তই ভাঙিলে লক্ষ্মী মূৰ্তিৰ হাত। গণেশঘাটৰ গণেশ মন্দিৰত সংঘটিত হৈছে এই ঘটনা। মন্দিৰৰ দুয়োকাষে আছে লক্ষ্মী-সৰস্বতীৰ মূৰ্তি। নিশা কোনো দুৰ্বৃত্তই ভাঙিলে লক্ষ্মী মূৰ্তিৰ এখন হাত। ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকৰ লগতে কেইবাটাও সংগঠনে। শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবী আৰক্ষীক।
আৰু চাওক পৰৱৰ্তী বাতৰি