সোনাপুৰত ৪ লম্পটৰ কামনাৰ বলি এগৰাকী কিশোৰী

News18-Assam
Updated:July 25, 2019, 3:01 PM IST
সোনাপুৰত ৪ লম্পটৰ কামনাৰ বলি এগৰাকী কিশোৰী
প্ৰথমে কিশোৰীগৰাকী নিৰুদ্দেশ হোৱা বুলি যোৰাবাট আৰক্ষীক অৱগত কৰিছিল পৰিয়ালে। বুধবাৰে নিশা সোনাপুৰত উদ্ধাৰ হয় কিশোৰীগৰাকী।

প্ৰথমে কিশোৰীগৰাকী নিৰুদ্দেশ হোৱা বুলি যোৰাবাট আৰক্ষীক অৱগত কৰিছিল পৰিয়ালে। বুধবাৰে নিশা সোনাপুৰত উদ্ধাৰ হয় কিশোৰীগৰাকী।

  • Share this:
মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰত সংঘটিত হৈছে এক জঘন্য ঘটনা। ৪ লম্পটৰ কামনাৰ বলি এগৰাকী কিশোৰী। দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰীগৰাকী। মানসিকভাৱে বাধাগ্ৰস্ত কিশোৰীগৰাকীৰ ঘৰ যোৰাবাটত। প্ৰথমে কিশোৰীগৰাকী নিৰুদ্দেশ হোৱা বুলি যোৰাবাট আৰক্ষীক অৱগত কৰিছিল পৰিয়ালে। বুধবাৰে নিশা সোনাপুৰত উদ্ধাৰ হয় কিশোৰীগৰাকী। তাৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। ঘটনা সন্দর্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ লম্পটক। ধৃত লম্পটকেইটাৰ নাম সঞ্জয় চক্ৰৱর্তী, ৰাকেশ ৰাজবংশী আৰু সোনকায় ৰাজবংশী। বৰ্তমানো পলাতক অসীম ৰাভা নামৰ মূল অভিযুক্তটো।
First published: July 25, 2019, 3:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading