নুমলীগড়ত ৩ বছৰীয়া কণমানিক বলাৎকাৰ কৰি হত্যাৰ চেষ্টা

ঘটনা সন্দৰ্ভত কণমানিজনীৰ পৰিয়ালে বগীজান থানাত ৰুজু কৰিছে এক গোচৰ।

News18-Assam
Updated:August 23, 2019, 10:32 AM IST
নুমলীগড়ত ৩ বছৰীয়া কণমানিক বলাৎকাৰ কৰি হত্যাৰ চেষ্টা
ঘটনা সন্দৰ্ভত কণমানিজনীৰ পৰিয়ালে বগীজান থানাত ৰুজু কৰিছে এক গোচৰ।
News18-Assam
Updated: August 23, 2019, 10:32 AM IST
নুমলীগড়ৰ কাষৰীয়া শ্যামৰায়পুৰৰ বৰচালি অঞ্চলত সংঘটিত হৈছে এখ জঘন্য ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী তিনি বছৰীয়া কণমানিক বলাৎকাৰ কৰি হত্যাৰ চেষ্টা চলালে কাৰ্তিক গোৱালা নামৰ এটা লম্পটে। সংকটজনক অৱস্থাত কণমানিজনীক ভৰ্তি কৰোৱা হৈছে গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। বৰ্তমান পলাতক হৈ আছে অভিযুক্ত কাৰ্তিক গোৱালা। ঘটনা সন্দৰ্ভত কণমানিজনীৰ পৰিয়ালে বগীজান থানাত ৰুজু কৰিছে এক গোচৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি