নগাঁৱৰ জিডি ইটাভাটাত জঘন্য কাণ্ড। তেজপুৰৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা কৰাৰ অভিযোগ। ছাব্বিৰ উদ্দিন নামৰ ভাটাৰ মহৰিজনে ধৰ্ষণ কৰাৰ অভিযোগ। ৫ মাহ পূৰ্বে ধৰ্ষণ কৰাৰ অভিযোগ। অন্তঃসত্ত্বা কিশোৰীগৰাকীক সমগ্ৰ বিষয়টো গোপনে ৰাখিবলৈ ভাবুকি ভাটাৰ মালিক জমিৰউদ্দিনৰ। ঘটনা সংক্ৰান্তত নগাঁও আৰক্ষীক অভিযোগ দাখিল কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 09, 2022, 17:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।