• Home
  • »
  • News
  • »
  • assam
  • »
  • নগাঁৱত জঘন্য কাণ্ড! কিশোৰীক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা, ঘটনা গোপনে ৰাখিবলৈ ধমক

নগাঁৱত জঘন্য কাণ্ড! কিশোৰীক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা, ঘটনা গোপনে ৰাখিবলৈ ধমক

ঘটনা সংক্ৰান্তত নগাঁও আৰক্ষীক অভিযোগ দাখিল কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে।

ঘটনা সংক্ৰান্তত নগাঁও আৰক্ষীক অভিযোগ দাখিল কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে।

ঘটনা সংক্ৰান্তত নগাঁও আৰক্ষীক অভিযোগ দাখিল কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে।

  • Share this:
নগাঁৱৰ জিডি ইটাভাটাত জঘন্য কাণ্ড। তেজপুৰৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা কৰাৰ অভিযোগ। ছাব্বিৰ উদ্দিন নামৰ ভাটাৰ মহৰিজনে ধৰ্ষণ কৰাৰ অভিযোগ। ৫ মাহ পূৰ্বে ধৰ্ষণ কৰাৰ অভিযোগ। অন্তঃসত্ত্বা কিশোৰীগৰাকীক সমগ্ৰ বিষয়টো গোপনে ৰাখিবলৈ ভাবুকি ভাটাৰ মালিক জমিৰউদ্দিনৰ। ঘটনা সংক্ৰান্তত নগাঁও আৰক্ষীক অভিযোগ দাখিল কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে।
Published by:Sanjay Kumar Das
First published: