• Home
  • »
  • News
  • »
  • assam
  • »
  • সোণাৰিত লজ্জাজনক ঘটনা, পিতৃৰ কামনাৰ বলি হ’ল ১৪ বছৰীয়া কন্যা

সোণাৰিত লজ্জাজনক ঘটনা, পিতৃৰ কামনাৰ বলি হ’ল ১৪ বছৰীয়া কন্যা

উক্ত দিন ধৰি সম্প্ৰতি পলাতক হৈ আছে কিশোৰীগৰাকীৰ পিতৃ। কিশোৰীগৰাকীৰ ন্যায় বিচাৰি পত্নীয়ে কাষ চাপিব আৰক্ষীৰ৷ 

  • Share this:
সোণাৰিৰ নগাহাটত লজ্জাজনক ঘটনা। লম্পট পিতৃৰ কামনাৰ বলি হ'ল এগৰাকী ১৪ বছৰীয়া কিশোৰী৷ অসম–অৰুণাচল সীমান্তৱৰ্তী চৰাইপুঙ আৰক্ষী থানাৰ অন্তৰ্গত নগাহাটৰ এখন গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা। পিতৃয়ে নিজ কন্যাৰ ওপৰত চলাইছিল নিৰ্যাতন৷ ঘৰত কোনো নথকাৰ সময়তেই লম্পট পিতৃয়ে কন্যাৰ ওপৰত চলাই আহিছিল যৌন নিৰ্যাতন৷ কিশোৰী গৰাকী স্বাস্থ্যৰ কিছু অৱনতি ঘটাত মাতৃয়ে ১ অক্টোবৰত সাপেখাতীত স্বাস্থ্য পৰীক্ষা কৰাত চিকিৎসকে কিশোৰী গৰাকী ৭ মাহৰ অন্তঃসত্ত্বা বুলি জানিবলৈ দিয়াত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে৷

উক্ত দিন ধৰি সম্প্ৰতি পলাতক হৈ আছে কিশোৰীগৰাকীৰ পিতৃ। কিশোৰীগৰাকীৰ ন্যায় বিচাৰি পত্নীয়ে কাষ চাপিব আৰক্ষীৰ৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি