উক্ত দিন ধৰি সম্প্ৰতি পলাতক হৈ আছে কিশোৰীগৰাকীৰ পিতৃ। কিশোৰীগৰাকীৰ ন্যায় বিচাৰি পত্নীয়ে কাষ চাপিব আৰক্ষীৰ৷
উক্ত দিন ধৰি সম্প্ৰতি পলাতক হৈ আছে কিশোৰীগৰাকীৰ পিতৃ। কিশোৰীগৰাকীৰ ন্যায় বিচাৰি পত্নীয়ে কাষ চাপিব আৰক্ষীৰ৷
সোণাৰিৰ নগাহাটত লজ্জাজনক ঘটনা। লম্পট পিতৃৰ কামনাৰ বলি হ'ল এগৰাকী ১৪ বছৰীয়া কিশোৰী৷ অসম–অৰুণাচল সীমান্তৱৰ্তী চৰাইপুঙ আৰক্ষী থানাৰ অন্তৰ্গত নগাহাটৰ এখন গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা। পিতৃয়ে নিজ কন্যাৰ ওপৰত চলাইছিল নিৰ্যাতন৷ ঘৰত কোনো নথকাৰ সময়তেই লম্পট পিতৃয়ে কন্যাৰ ওপৰত চলাই আহিছিল যৌন নিৰ্যাতন৷ কিশোৰী গৰাকী স্বাস্থ্যৰ কিছু অৱনতি ঘটাত মাতৃয়ে ১ অক্টোবৰত সাপেখাতীত স্বাস্থ্য পৰীক্ষা কৰাত চিকিৎসকে কিশোৰী গৰাকী ৭ মাহৰ অন্তঃসত্ত্বা বুলি জানিবলৈ দিয়াত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে৷
উক্ত দিন ধৰি সম্প্ৰতি পলাতক হৈ আছে কিশোৰীগৰাকীৰ পিতৃ। কিশোৰীগৰাকীৰ ন্যায় বিচাৰি পত্নীয়ে কাষ চাপিব আৰক্ষীৰ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|