১২ বছৰীয়া কিশোৰীক বলাৎকাৰ ৮০ বছৰীয়া বৃদ্ধৰ

News18-Assam
Updated:July 21, 2019, 10:10 AM IST
১২ বছৰীয়া কিশোৰীক বলাৎকাৰ ৮০ বছৰীয়া বৃদ্ধৰ
অভিযুক্ত অনিল শইকীয়াক আটক কৰিছে আৰক্ষীয়ে।

অভিযুক্ত অনিল শইকীয়াক আটক কৰিছে আৰক্ষীয়ে।

  • Share this:
বিশ্বনাথৰ উত্তৰ ভিৰ গাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা। বিশেষভাৱে সক্ষম এগৰাকী ১২ বছৰীয়া কিশোৰীক বলাৎকাৰৰ অভিযোগ এজন ৮০ বছৰীয়া লোকৰ বিৰুদ্ধে। অভিযুক্ত লোকজনৰ নাম অনিল শইকীয়া। কিশোৰীগৰাকীক ফুচুলাই নি নিজ ঘৰত এই কুকাৰ্য সংঘটিত কৰে লম্পটটোৱে। অভিযুক্ত অনিল শইকীয়াক আটক কৰিছে আৰক্ষীয়ে।
First published: July 21, 2019, 10:10 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading