
নিশাৰ ভিতৰতে হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুৱক বাহাৰুল ইছলামক। এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় আলগাপুৰ অঞ্চলত।
নিশাৰ ভিতৰতে হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুৱক বাহাৰুল ইছলামক। এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় আলগাপুৰ অঞ্চলত।
হাইলাকান্দিত জঘন্য ঘটনা। ২৫ বছৰীয়া যুৱকৰ কামনাৰ বলি এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰী। হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ চণ্ডীপুৰ এলেকাত সংগঠিত হয় এই ঘটনা। নিশা প্ৰথমে কিশোৰীগৰাকীক হাইলাকান্দি এছ কে ৰয় অসামৰিক হাস্পতালত চিকিৎসাৰ বাবে লৈ অহা হয়। পিছত সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বৰ্তমান সংকটজনক অবস্থাত SMCHত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী। শুকুৰবাৰে সন্ধিয়া সংগঠিত হয় এই ঘটনা।
ইপিনে, নিশাৰ ভিতৰতে হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুৱক বাহাৰুল ইছলামক। এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় আলগাপুৰ অঞ্চলত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|