মুখ্যপৃষ্ঠা »খবৰ »অসম »নিজে অধ্যয়ন কৰা বিদ্যালয়ত উপস্থিত হৈ নষ্টালজিক হ'ল বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস ...

নিজে অধ্যয়ন কৰা বিদ্যালয়ত উপস্থিত হৈ নষ্টালজিক হ'ল বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস ...

নিজে অধ্যয়ন কৰা বিদ্যালয়ত উপস্থিত হৈ নষ্টালজিক বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসঃ বিদ্যালয়খনলৈ আগবঢ়ালে চাৰিখন ফেন আৰু এখন ৰেক ৷

  • Share this:
নিজে অধ্যয়ন কৰা বিদ্যালয়ত উপস্থিত হৈ নষ্টালজিক বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসঃ বিদ্যালয়খনলৈ আগবঢ়ালে চাৰিখন ফেন আৰু এখন ৰেক ৷উপৰঞ্চি শিক্ষকক অন্য বিদ্যালয়লৈ বদলিৰ নিৰ্দেশ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ ৷

নিজে অধ্যয়ন কৰা বৰপেটা চহৰৰ ১নং দলাহাটী নিন্ম বুনিয়াদী বিদ্যালয়ত উপস্থিত হৈ নষ্টালজিক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ সত্ৰনগৰী বৰপেটাৰ এইখন বিদ্যালয়তে তাহানি ক' আৰু খ' শ্ৰেণীত পঢ়াকালত অকন মাষ্টৰৰ বেত'ৰ কোব খোৱাৰ স্মৃতি সোঁৱৰণ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান আৰু চৰকাৰে গ্ৰহন কৰা বিদ্যাঞ্জলী আঁচনিৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি একালত নিজে দুটাকৈ শ্ৰেণীত পঢ়ি যোৱা বিদ্যালয়খনলৈ চাৰিখন ফেন আৰু এখন ৰেক' আগবঢ়ায় ৷

আজি বিদ্যালয় পৰিদৰ্শন কালত মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে যিসকল বিদ্যালয়ত ছাত্ৰতকৈ শিক্ষকৰ সংখ্যা অধিক আছে তেনে শিক্ষকক কম  শিক্ষক থকা বিদ্যালয়লৈ বদলিৰ নিৰ্দেশ দিয়ে ৷ আনহাতে ছাত্ৰ ছাত্ৰী নথকা বা অতি কম সংখ্যক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমুহক একত্ৰিকৰণৰ বাবে লোৱা চৰকাৰৰ সিদ্ধান্তক আদৰনি জনায় ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বিদ্যালয় পৰিদৰ্শণকালত জিলা প্ৰশাসনৰ কেবাজনো বিষয়াই অংশগ্ৰহণ কৰে ৷

শেহতীয়া বাতৰি