உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে আজি বৰপেটাত উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ! জিলা উপায়ুক্তৰ সৈতে বান পৰিস্থিতিৰ আলোচনা ...

    বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে আজি বৰপেটাত উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ! জিলা উপায়ুক্তৰ সৈতে বান পৰিস্থিতিৰ আলোচনা ...

    বান পৰিস্থিতিৰ পৰ্যালোচনা বাবে আজি বৰপেটাত উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ জিলা উপায়ুক্তৰ সৈতে বান পৰিস্থিতিৰ পৰ্যালোচনা ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সাংবাদিকক জনোৱামতে-বৰপেটা জিলাৰ ১২ লাখ ৭৭ হাজাৰ লোক ক্ষতিগ্ৰস্থ ৷

    • Share this:

    বৰপেটা জিলাত ১২৭ টা আশ্ৰয় শিবিৰ স্থাপন ৷ এতিয়ালৈকে বৰপেটাত বানৰ ফলত ৪ জন লোকৰ মৃত্যু ৷ ৮৮ হাজাৰ পশুধন বানত ক্ষতিৰ সন্মুখীন ৷
    ইপিনে বৰপেটা সত্ৰ বানৰ কবলত পৰা আৰু হাৰিজানৰ মথাউৰি ভঙা সম্পৰ্কে জিলা প্ৰশাসনৰ পৰা প্ৰতিবেদন বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ৷ পশুধনৰ খাদ্য যোগানৰ ক্ষেত্ৰত জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা ৷
    বান সাহায্যৰ ক্ষেত্ৰত সকলো লোককে বান সাহায্য প্ৰদানৰ নিৰ্দেশ দিয়া বুলি প্ৰকাশ কৰিছে মন্ত্ৰী ৰণজিৎ দাসে ৷ ইপিনে জিলা প্ৰশাসনৰ হৈ মন্ত্ৰী ৰণজিৎ দাসে আজি অগপ আৰু বিজেপিৰ জিলা সভাপতিক উদ্ধাৰ আৰু সাহায্যৰ বাবে নাৱৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৷

    জিলাখনৰ ছয় শতাধিক গাঁও বানৰ কৱলত পৰিছে ৷ আশ্ৰয় শিবিৰত হাহাকাৰ অৱস্হা ৷ খাদ্য-পানীৰ বাবে হাহাকাৰ অৱস্হা বানাক্ৰান্তৰ ৷ পানীখিনিও যোগান ধৰা নাই প্ৰশাসনে ৷ মন্ত্ৰী গৰাকীৰ জনস্বাস্থ্য বিভাগৰ পানী যোগান ব্যৱস্থা সম্পৰ্কেও মন্তব্য ৷ বৰপেটা চহৰৰ বানাক্ৰান্তই শিবিৰত খাদ্য নোপোৱা সম্পৰ্কেও মন্তব্য- ৰাইজক এই দূৰ্যোগৰ সময়ত সহযোগৰ আহ্বান মন্ত্ৰী ৰণজিৎ দাসৰ ৷
    Published by:Kokil Sarma
    First published: