মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLC Results 2023: শিক্ষাৰ্থীৰ সাফল্যত অভিভূত হৈ বিদ্যালয়ত উপস্থিত মন্ত্ৰী ৰণজিৎ দাস

HSLC Results 2023: শিক্ষাৰ্থীৰ সাফল্যত অভিভূত হৈ বিদ্যালয়ত উপস্থিত মন্ত্ৰী ৰণজিৎ দাস

X
Ranjeet //

Ranjeet Kumar Das 

টিহুৰ বিবেকানন্দ বিদ্যা  নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান দখল কৰা প্ৰজ্ঞান শৰ্মাক অভিনন্দন জনাই মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । 

  • Share this:
নলবাৰী, ২২ মে': টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতেই উপস্থিত হয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ পৰা স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে ।

টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান দখল কৰা প্ৰজ্ঞান শৰ্মাক অভিনন্দন জনাই মন্ত্ৰীগৰাকীয়ে ।

তেওঁ লগতে সমষ্টিটোৰ আন দুগৰাকী স্থানপ্ৰাপ্তকো এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে । বজালীৰ লগতে বৃহত্তৰ টিহু অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত এই যাত্ৰাক লৈ সন্তোষ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ।

শেহতীয়া বাতৰি