உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Pijush Hazarika: বৰপেটাৰ ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা, কাইলৈৰ পৰাই হ'ব খহনীয়া প্ৰতিৰোধৰ কাম

    Pijush Hazarika: বৰপেটাৰ ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা, কাইলৈৰ পৰাই হ'ব খহনীয়া প্ৰতিৰোধৰ কাম

    Pijush Hazarika: বৰপেটাৰ বাঘবৰত অৱস্থিত শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত উপস্থিত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা ৷ বাঘবৰত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা সত্ৰখন ৰক্ষাৰ বাবে কাইলৈৰ পৰাই প্ৰতিৰোধৰ কাম আৰম্ভ কৰাৰ নিৰ্দেশ পিয়ুষ হাজৰিকাৰ ৷

    • Share this:
    ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হোৱা বাঘবৰৰ ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত আজি উপস্থিত হয় ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা (Pijush Hazarika) ৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত সত্ৰখন সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰিছে ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াই সংকট নমাই অনা সত্ৰখনৰ লগতে মন্ত্ৰীগৰাকীয়ে আজি খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে ৷

    ইপিনে সত্ৰ পৰিচালনা সমিতি আৰু সত্ৰবাসী ৰাইজৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে ৷ বাঘবৰৰ বৈঠাপুতা ঘাট সত্ৰখনৰ খহনীয়া পৰিদৰ্শনৰ পিচতে মন্ত্ৰীগৰাকীয়ে সাংবাদিকক জনোৱামতে সত্ৰখনৰ সাময়িক প্ৰতিৰোধৰৰ বাবে কাইলৈৰ পৰাই কাম আৰম্ভ কৰাৰ নিৰ্দেশ দিছে।

    ইপিনে বৰপেটা (Barpeta) জিলাৰ লগতে ৰাজ্যত খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে অহা এবছৰৰ ভিতৰত এছিয়ান ডেভেল'পমেণ্ট বেংকৰ জৰিয়তে প্ৰায় ৩৭০০ কৌটি টকা ব্যয় সাপেক্ষে কেইবাখনো আঁচনি গ্ৰহণৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷
    Published by:Manjumoni Borah
    First published: