মুখ্যপৃষ্ঠা »খবৰ »অসম »Minister Pijush Hazarika: ভঙা মথাউৰিৰ খবৰ দিবলৈ হোৱাটছএপ নম্বৰ দিছে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই

Minister Pijush Hazarika: ভঙা মথাউৰিৰ খবৰ দিবলৈ হোৱাটছএপ নম্বৰ দিছে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই

Minister Pijush Hazarika: এইনম্বৰটো হৈছে 97060-33333. ৰাইজৰ সমস্যা সমাধানৰ যৎপৰোনাস্তি চেষ্টা কৰা হ'ব বুলি আশ্বাস দিছে জলসম্পদ মন্ত্ৰীয়ে।

  • Share this:
ৰাজ্যত এতিয়া বান (Assam Flood)ৰ তাণ্ডৱ। চৌদিশে ওফন্দি অহা নৈবোৰে সন্ত্ৰাসিত কৰি তুলিছে বান বিধ্বস্ত ঠাইসমূহৰ জনতাক। বিশেষকৈ নৈপৰীয়া আৰু মথাউৰিৰ ওচৰত থকা লোকসকলে পাৰ কৰিব লাগিছে বিনীদ্ৰ ৰজনী। ইয়াৰ মাজতে ৰাইজক সহায়ৰ বাবে অভিনৱ পদক্ষেপ লৈছে মন্ত্ৰী পীযুষ হাজৰীকা (Pijush Hazarika)ই।

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই মুকলি কৰিছে এটা হোৱাটছএপ (WhatsApp) নম্বৰ। অসমৰ যি কোনো ঠাইতে যদি মথাউৰি খহে তেন্তে এই নম্বৰটোত ফটোসহ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।

এইনম্বৰটো হৈছে 97060-33333. ৰাইজৰ সমস্যা সমাধানৰ যৎপৰোনাস্তি চেষ্টা কৰা হ'ব বুলি আশ্বাস দিছে জলসম্পদ মন্ত্ৰীয়ে।

শেহতীয়া বাতৰি