உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Bhupen Bora|Kapil Sharma: ভূপেন বৰাক এইবাৰ কপিল শৰ্মাৰ সৈতে তুলনা মন্ত্ৰী পিযুষ হাজৰিকাৰ

    Bhupen Bora|Kapil Sharma: ভূপেন বৰাক এইবাৰ কপিল শৰ্মাৰ সৈতে তুলনা মন্ত্ৰী পিযুষ হাজৰিকাৰ

    Bhupen Bora|Kapil Sharma: ভূপেন বৰাক কপিল শৰ্মাৰ সৈতে তুলনা পিযুষ হাজৰিকাৰ ।

    Bhupen Bora|Kapil Sharma: ভূপেন বৰাক কপিল শৰ্মাৰ সৈতে তুলনা পিযুষ হাজৰিকাৰ ।

    Bhupen Bora|Kapil Sharma: ভূপেন বৰাক কপিল শৰ্মাৰ সৈতে তুলনা পিযুষ হাজৰিকাৰ ।

    • Share this:
    জনী লিভাৰৰ পিছত এতিয়া কপিল শৰ্মা (Kapil Sharma)। প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা (Bhupen Bora)ক আজি জনপ্ৰিয় কৌতুক শিল্পী কপিল শৰ্মাৰ সৈতে তুলনা কৰিলে মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)ই । আজি হাইলাকান্দিত এক দলীয় অনুষ্ঠানত অংশ লোৱাৰ পিছতে এই মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই ।

    লগতে আগন্তুক পৌৰসভা নিৰ্বাচন (Assam Municipal Election 2022)ত ৰাজ্যত ৮০ খন পৌৰসভাত ৭৫টা ভাৰতীয় জনতা পাৰ্টিয়ে লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী পিযুষ হাজৰিকাই । লগতে এই পৌৰ নিৰ্বাচনত অসমত কংগ্ৰেছ শূন্য (Zero Congress) হ'ব বুলিও মন্ত্ৰী পিযুষ হাজৰিকাই কংগ্ৰেছক কটাক্ষ কৰে।
    Published by:Manjumoni Borah
    First published: