• Home
  • »
  • News
  • »
  • assam
  • »
  • বজাৰ নিয়ন্ত্ৰণত ব্যৰ্থতা! মহানগৰীত জ্বলিল মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা

বজাৰ নিয়ন্ত্ৰণত ব্যৰ্থতা! মহানগৰীত জ্বলিল মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা

অত্যাবশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ জনতাক৷

অত্যাবশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ জনতাক৷

অত্যাবশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ জনতাক৷

  • Share this:
ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য৷ অত্যাবশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ জনতাক৷ পিছে, বজাৰত অত্যধিক মূল্যবৃদ্ধিৰ পিছতো কোনো পদক্ষেপ নাই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ৷ মাথোঁ বিভাগৰ তৰফৰ পৰা ফাঁচী বজাৰৰ ব্যৱসায়ীৰ সৈতে দুই এখন বৈঠক অনুষ্ঠিত কৰিয়ে সামৰিছে দায়িত্ব৷ যাক লৈ চৰকাৰী ভূমিকাৰ বিৰুদ্ধে ক্ষোভিত সদৌ অসম নিবনুৱা সন্থা৷

সংগঠনটোৱে মঙলবাৰে আমবাৰীত সাব্যস্ত কৰে প্ৰতিবাদ৷ আলু–পিঁয়াজ লৈ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰে৷ সংগঠনটোৰ দাবী, যোগান মন্ত্ৰী অকৰ্মণ্য৷ বজাৰ নিযন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই, মাথোঁ মূল উৎসত মূল্যবৃদ্ধিৰ দোহাই দি বজাৰত দাম বৃদ্ধি হোৱা বুলি মন্তব্য কৰিছে। মন্ত্ৰীৰ এনে ভূমিকা হাস্যকৰ আখ্যা সংগঠনটোৰ।
Published by:Sanjay Kumar Das
First published: