নৱেম্বৰলৈ আলু-পিঁয়াজৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা নাই, ক’লে ফণীভূষণ চৌধুৰীয়ে

আলু–পিঁয়াজৰ মূল্যবৃদ্ধি সম্পৰ্কত উৎসতে সামগ্ৰীৰ দাম বাঢ়িছে বাবেই ইয়াতো আলু–পিঁয়াজৰ দাম বাঢ়িছে বুলি কয় যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।
আলু–পিঁয়াজৰ মূল্যবৃদ্ধি সম্পৰ্কত উৎসতে সামগ্ৰীৰ দাম বাঢ়িছে বাবেই ইয়াতো আলু–পিঁয়াজৰ দাম বাঢ়িছে বুলি কয় যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।
- News18 Assam
- Last Updated: September 23, 2020, 11:31 AM IST
গুৰুত্বপূৰ্ণ বৈঠকত হোৱা সিদ্ধান্ত অনুযায়ী, ৰাজ্য চৰকাৰৰ যোগান বিভাগে এতিয়াৰে পৰা নিৰ্ধাৰণ কৰিব মিঠাতেলৰ মূল্য। আলু–পিঁয়াজৰ মূল্যবৃদ্ধি সম্পৰ্কত উৎসতে সামগ্ৰীৰ দাম বাঢ়িছে বাবেই ইয়াতো আলু–পিঁয়াজৰ দাম বাঢ়িছে বুলি কয় যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।
এইক্ষেত্ৰত বুধবাৰে যোগাৰ মন্ত্ৰীগৰাকীয়ে আন এক আলোচনাত মিলিত হ’ব। উৎসতে মূল্য যিহেতু বৃদ্ধি পাইছে সেয়ে নৱেম্বৰলৈ আলু–পিঁয়াজৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা নাই বুলি কয় মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া পিঁয়াজৰ প্ৰতি কেজিৰ মূল্য হৈছে ৫০ টকা।