• Home
  • »
  • News
  • »
  • assam
  • »
  • সমাগত নিৰ্বাচনত পুনৰ চেম্পিয়ন হ'ব বিজেপি, ৰঙিয়াত এই দাবী মন্ত্রী পৰিমল শুক্লবৈদ্যৰ

সমাগত নিৰ্বাচনত পুনৰ চেম্পিয়ন হ'ব বিজেপি, ৰঙিয়াত এই দাবী মন্ত্রী পৰিমল শুক্লবৈদ্যৰ

বৰ্তমান কংগ্ৰেছ জিৰ’ বাবেই AIUDFৰ কান্ধত উঠিব লগা হৈছে বুলি বিস্ফোৰক মন্তব্য কৰে মন্ত্রীগৰাকীয়ে।

বৰ্তমান কংগ্ৰেছ জিৰ’ বাবেই AIUDFৰ কান্ধত উঠিব লগা হৈছে বুলি বিস্ফোৰক মন্তব্য কৰে মন্ত্রীগৰাকীয়ে।

বৰ্তমান কংগ্ৰেছ জিৰ’ বাবেই AIUDFৰ কান্ধত উঠিব লগা হৈছে বুলি বিস্ফোৰক মন্তব্য কৰে মন্ত্রীগৰাকীয়ে।

  • Share this:
    ৰঙিয়াত বন আৰু মীন মন্ত্রী পৰিমল শুক্লবৈদ্যৰ বিস্ফোৰক মন্তব্য। কংগ্ৰেছৰ এগৰাকী মহিলা নেত্ৰীয়ে ডাবল ষ্টেণ্ডাৰ্ড পলিটিক্স কৰি আহিছে। ব্ৰহ্মপুত্ৰ উপত্যকাত ‘কা’ নালাগে বুলি কয়, ইফালে বৰাক উপত্যকাত ‘কা’ লাগে বুলি কয়। এয়া হ'ল কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি। সমাগত নিৰ্বাচনত পুনৰ চেম্পিয়ন হ'ব বিজেপি। বৰ্তমান কংগ্ৰেছ জিৰ’ বাবেই AIUDFৰ কান্ধত উঠিব লগা হৈছে বুলি বিস্ফোৰক মন্তব্য কৰে মন্ত্রীগৰাকীয়ে।

    ৰঙিয়াৰ তিনিআলিত ৰাজ্যৰ ভিতৰত প্ৰথমটো মাছৰ পোনা পৌনিক কেন্দ্র উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি এই মন্তব্য মন্ত্রীগৰাকীৰ। ইফালে, কৃষকৰ আন্দোলনক লৈ মন্ত্ৰী ভৱেশ কলিতাই কয়, ‘‘পেছাদাৰী কৃষক আন্দোলনকাৰীয়ে কৃষকৰ কথা নাভাৱে। আমাৰ থলুৱা কৃষকক ব্লেকমেইলিং কৰি আন্দোলন চলাই আহিছে একাংশ তথাকথিত আন্দোলনকাৰীয়ে।
    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি