সমাগত নিৰ্বাচনত পুনৰ চেম্পিয়ন হ'ব বিজেপি, ৰঙিয়াত এই দাবী মন্ত্রী পৰিমল শুক্লবৈদ্যৰ

বৰ্তমান কংগ্ৰেছ জিৰ’ বাবেই AIUDFৰ কান্ধত উঠিব লগা হৈছে বুলি বিস্ফোৰক মন্তব্য কৰে মন্ত্রীগৰাকীয়ে।
বৰ্তমান কংগ্ৰেছ জিৰ’ বাবেই AIUDFৰ কান্ধত উঠিব লগা হৈছে বুলি বিস্ফোৰক মন্তব্য কৰে মন্ত্রীগৰাকীয়ে।
- News18 Assam
- Last Updated: February 22, 2021, 9:49 AM IST
ৰঙিয়াৰ তিনিআলিত ৰাজ্যৰ ভিতৰত প্ৰথমটো মাছৰ পোনা পৌনিক কেন্দ্র উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি এই মন্তব্য মন্ত্রীগৰাকীৰ। ইফালে, কৃষকৰ আন্দোলনক লৈ মন্ত্ৰী ভৱেশ কলিতাই কয়, ‘‘পেছাদাৰী কৃষক আন্দোলনকাৰীয়ে কৃষকৰ কথা নাভাৱে। আমাৰ থলুৱা কৃষকক ব্লেকমেইলিং কৰি আন্দোলন চলাই আহিছে একাংশ তথাকথিত আন্দোলনকাৰীয়ে।