• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘আন্দোলনত কেৱল সংবাদ মাধ্যমত চলি আছে, টিভিত দেখুওৱা বন্ধ কৰিলে বন্ধ হ’ব আন্দোলন’

‘আন্দোলনত কেৱল সংবাদ মাধ্যমত চলি আছে, টিভিত দেখুওৱা বন্ধ কৰিলে বন্ধ হ’ব আন্দোলন’

আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘অসমত কিবা আন্দোলনৰৰ পৰিৱেশ আছে বুলি মই নাভাবো।’’

  • Share this:
ৰাজ্যত পুনৰ ‘কা’ বিৰোধী আন্দোলনৰ আহ্বান জনাইছে উত্তৰ–পূব ছাত্ৰ সন্থাই। নেছ’ৰ আহ্বানত বুধবাৰে আছুৰ কাৰ্যালয় শ্বহীদ ন্যাসত ‘কা’ বিৰোধী শ্লোগানেৰে আন্দোলনৰ কাৰ্যসূচীৰ আৰম্ভ কৰা হয়।

আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘অসমত কিবা আন্দোলনৰৰ পৰিৱেশ আছে বুলি মই নাভাবো। যিদৰে অসমৰ মানুহে স্বাধীনতা দিৱস পালন কৰিলে, তাৰ পৰা দেখা গৈছে এতিয়া আন্দোলন কৰি নেতা–মন্ত্ৰী হোৱাৰ সপোন লৈ লাভ নাই। আন্দোলন কেৱল সংবাদ মাধ্যমত চলি আছে। টিভিত দেখুওৱা বন্ধ কৰিলে আন্দোলন বন্ধ হ’ব। ৫০০০ মানুহ নহ’লে, আন্দোলন টিভিত দেখুওৱা বন্ধ কৰিলে নাইকীয়া হ’ব আন্দোলন।’’
Published by:Sanjay Kumar Das
First published: