• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘গ্ৰন্থ আৰু ৰক্ত স্বেচ্ছাই দান কৰা উচিত, এটাই জ্ঞান শক্তিশালী কৰে, আনটোৱে জীৱন’

‘গ্ৰন্থ আৰু ৰক্ত স্বেচ্ছাই দান কৰা উচিত, এটাই জ্ঞান শক্তিশালী কৰে, আনটোৱে জীৱন’

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে পুৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতলত গৈ ৰক্তদান কৰে

  • Share this:
    শনিবাৰে পুৱা ৰাজ্যৰ স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গৈ ৰক্তদান কৰে। অহা ১৭ চেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে  বিজেপিয়ে ‘সেৱা সপ্তাহ’ ৰ নামেৰে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। সেৱা সপ্তাহৰ অংশ হিচাপে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৰক্তদান কৰে।

    ৰক্তদান কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে তেওঁৰ টুইটাৰত কয়, ‘’গ্ৰন্থ আৰু ৰক্ত স্বেচ্ছাই দান কৰা উচিত। এটাই জ্ঞান শক্তিশালী কৰে, আনটোৱে জীৱন!

    সপ্তাহ যোৰা সেৱা সপ্তাহৰ কাৰ্যসূচীত বিজেপিৰ সদস্যসকলে ৰাষ্ট্ৰজুৰি বহু সামাজিক কাৰ্যসূচী গ্ৰহণৰ পৰিকল্পনা কৰিছে।
    First published:

    শেহতীয়া বাতৰি