হিমন্ত বিশ্ব শৰ্মাৰ ‘ভিন্ন সময় অভিন্ন মত’ উন্মোচন

লেখক হিচাপে 'অন্য এক দৃষ্টিকোণ' আৰু 'সমাগত সময়' ৰ পিছত 'ভিন্ন সময় অভিন্ন মত' ড০ শৰ্মাৰ তৃতীয়খন গ্ৰন্থ

News18-Assam
Updated:November 3, 2019, 8:48 PM IST
হিমন্ত বিশ্ব শৰ্মাৰ ‘ভিন্ন সময় অভিন্ন মত’ উন্মোচন
লেখক হিচাপে 'অন্য এক দৃষ্টিকোণ' আৰু 'সমাগত সময়' ৰ পিছত 'ভিন্ন সময় অভিন্ন মত' ড০ শৰ্মাৰ তৃতীয়খন গ্ৰন্থ
News18-Assam
Updated: November 3, 2019, 8:48 PM IST
অসম চৰকাৰৰ বিত্ত,স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভিন্ন সময় অভিন্ন মত নামৰ গ্ৰন্থ উন্মোচন। দিছপুৰস্থিত গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয় গ্ৰন্থ খন। লেখক হিচাপে 'অন্য এক দৃষ্টিকোণ' আৰু 'সমাগত সময়' ৰ পিছত 'ভিন্ন সময় অভিন্ন মত' ড০ শৰ্মাৰ তৃতীয়খন গ্ৰন্থ।

এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰা, বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ঠ শিক্ষাবিদ তথা কবি শিল্পী ডঃ অমৰজ্যোতি চৌধুৰী আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মালিনী গোস্বামী।
আৰু চাওক পৰৱৰ্তী বাতৰি