• Home
  • »
  • News
  • »
  • assam
  • »
  • সোণাৰিত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সংবাদমাধ্যমক জনালে এই কথা

সোণাৰিত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সংবাদমাধ্যমক জনালে এই কথা

যোৰহাটক বাদ দি শিৱসাগৰ, সোণাৰি আদি অঞ্চল সুৰক্ষিত হৈ আছে। যোৰহাট, গুৱাহাটী, গোলাঘাটৰ পৰিৱেশ চিন্তনীয় বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
সোণাৰিৰ বিধায়িকা নৱনীতা সন্দিকৈ কোভিড আক্ৰান্ত। ঘোষণা কৰিলে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিধায়িকাগৰাকীৰ সংস্পৰ্শলৈ অহা সকলোকে এণ্টিজেন টেষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। যোৰহাটক বাদ দি শিৱসাগৰ, সোণাৰি আদি অঞ্চল সুৰক্ষিত হৈ আছে। যোৰহাট, গুৱাহাটী, গোলাঘাটৰ পৰিৱেশ চিন্তনীয় বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰাৰ পিছতে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই। সম্প্রতি বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ সময়ত চৰাইদেউ জিলা প্রশাসনে লােৱা বিভিন্ন ব্যৱস্থা সম্পর্কে বুজ লয় মন্ত্ৰীগৰাকীয়ে। সোণাৰিত উপস্থিত হোৱা মন্ত্ৰীগৰাকীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে।
Published by:Sanjay Kumar Das
First published: