মেডাম-মে-ফিত শিৱসাগৰত হিমন্ত বিশ্ব, পৰেশ বৰুৱালৈ জনালে এই আহ্বান

News18 Assam | News18-Assam
Updated:January 31, 2021, 4:29 PM IST
মেডাম-মে-ফিত শিৱসাগৰত হিমন্ত বিশ্ব, পৰেশ বৰুৱালৈ জনালে এই আহ্বান
অপহৃত আনগৰাকী ৰাম কুমাৰকো মুক্তি দিয়াৰ আহ্বান মন্ত্ৰীগৰাকীৰ।

অপহৃত আনগৰাকী ৰাম কুমাৰকো মুক্তি দিয়াৰ আহ্বান মন্ত্ৰীগৰাকীৰ।

  • Share this:
শিৱসাগৰত মেডাম-মে-ফিত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপহৃত প্ৰণৱ গগৈক মুক্ত কৰি দিবলৈ আলফা স্বাধীনলৈ আহ্বান জনায়। অপহৃত আনগৰাকী ৰাম কুমাৰকো মুক্তি দিয়াৰ আহ্বান মন্ত্ৰীগৰাকীৰ।

"পৰেশ বৰুৱাই ৰাইজৰ কথা শুনা উচিত। তেওঁলোক সৰু কৰ্মচাৰী। তেওঁলোকক ৰাখি থ’লে কাৰো বিশেষ লাভ নহয়।’’ – ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by: Sanjay Kumar Das
First published: January 31, 2021, 4:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি