• Home
  • »
  • News
  • »
  • assam
  • »
  • Himanta Biswa Sarma : আজি মনোনয়ন পত্ৰ দাখিল কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Himanta Biswa Sarma : আজি মনোনয়ন পত্ৰ দাখিল কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মনোনয়ন দাখিলৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰ্শন কৰে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ৷

মনোনয়ন দাখিলৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰ্শন কৰে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ৷

মনোনয়ন দাখিলৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰ্শন কৰে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ৷

  • Share this:
আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন৷ অন্তিমটো দিনটোত মনোনয়ন পত্ৰ দাখিল কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই৷ কামৰূপ মহানগৰ জিলা উপাযুক্ত কাৰ্যালয়ত দাখিল কৰিব মনোনয়ন পত্ৰ৷

মনোনয়ন দাখিলৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰ্শন কৰে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ৷ তাৰ পিছত শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’ব মন্ত্ৰীজনে৷ তাৰ পিছতে মনোনয়ন দাখিল পৰ্বৰ বাবে সাজু হ’ব মন্ত্ৰীগৰাকী।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি