
মনোনয়ন দাখিলৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰ্শন কৰে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ৷
মনোনয়ন দাখিলৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰ্শন কৰে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ৷
আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন৷ অন্তিমটো দিনটোত মনোনয়ন পত্ৰ দাখিল কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই৷ কামৰূপ মহানগৰ জিলা উপাযুক্ত কাৰ্যালয়ত দাখিল কৰিব মনোনয়ন পত্ৰ৷
মনোনয়ন দাখিলৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰ্শন কৰে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ৷ তাৰ পিছত শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’ব মন্ত্ৰীজনে৷ তাৰ পিছতে মনোনয়ন দাখিল পৰ্বৰ বাবে সাজু হ’ব মন্ত্ৰীগৰাকী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|