৬ মাহৰ ভিতৰত পূৰণ কৰা হ’ব গড়কাপ্টানী বিভাগৰ খালী পদ

স্বচ্ছতাৰ ভিত্তিত নিযুক্তি দিয়া হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহত।

news18assam
Updated:June 9, 2019, 5:34 PM IST
৬ মাহৰ ভিতৰত পূৰণ কৰা হ’ব গড়কাপ্টানী বিভাগৰ খালী পদ
স্বচ্ছতাৰ ভিত্তিত নিযুক্তি দিয়া হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহত।
news18assam
Updated: June 9, 2019, 5:34 PM IST
অহা ৬ মাহৰ ভিতৰত পূৰণ কৰা হ’ব গড়কাপ্টানী বিভাগৰ খালী পদসমূহ। স্বচ্ছতাৰ ভিত্তিত নিযুক্তি দিয়া হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহত। এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গড়কাপ্টানী বিভাগৰ দায়িত্ব লোৱাৰ পিছত পথসমূহৰ উন্নতি হৈছে বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি