ৰাজ্যত প্ৰস্তাৱিত কৰ্কট চিকিৎসালয়সমূহৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সন্দৰ্ভত আলোচনা টাটাৰ সৈতে৷
ৰাজ্যত প্ৰস্তাৱিত কৰ্কট চিকিৎসালয়সমূহৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সন্দৰ্ভত আলোচনা টাটাৰ সৈতে৷
টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা আৰু উপাধ্যক্ষ বিজয় সিঙক সাক্ষ্যাৎ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত প্ৰস্তাৱিত কৰ্কট চিকিৎসালয়সমূহৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সন্দৰ্ভত আলোচনা টাটাৰ সৈতে৷ নিৰ্মাণ সম্পূৰ্ণ হ’লে এই চিকিৎসালয়কেইখনে কৰ্কট ৰোগীসকলক যথেষ্ট উপকৃত কৰিবলৈ সক্ষম হ’ব। আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ প্ৰকল্প আৰু কাম-কাজৰো পৰ্যালোচনা কৰে বৈঠকত৷ আগন্তুক ১২-১৫ মাহৰ ভিতৰত ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণৰ উপৰি ১০টা কৰ্কট কেন্দ্ৰৰ শুভাৰম্ভ হ’ব বুলি ছচিয়েল মিডিয়াত উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|