உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰতন টাটাক সাক্ষাৎ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, কৰ্কট চিকিৎসালয়ক লৈ আলোচনা

    ৰতন টাটাক সাক্ষাৎ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, কৰ্কট চিকিৎসালয়ক লৈ আলোচনা

    ৰাজ্যত প্ৰস্তাৱিত কৰ্কট চিকিৎসালয়সমূহৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সন্দৰ্ভত আলোচনা টাটাৰ সৈতে৷

    • Share this:
      টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা আৰু উপাধ্যক্ষ বিজয় সিঙক সাক্ষ্যাৎ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত প্ৰস্তাৱিত কৰ্কট চিকিৎসালয়সমূহৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সন্দৰ্ভত আলোচনা টাটাৰ সৈতে৷ নিৰ্মাণ সম্পূৰ্ণ হ’লে এই চিকিৎসালয়কেইখনে কৰ্কট ৰোগীসকলক যথেষ্ট উপকৃত কৰিবলৈ সক্ষম হ’ব। আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ প্ৰকল্প আৰু কাম-কাজৰো পৰ্যালোচনা কৰে বৈঠকত৷ আগন্তুক ১২-১৫ মাহৰ ভিতৰত ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণৰ উপৰি ১০টা কৰ্কট কেন্দ্ৰৰ শুভাৰম্ভ হ’ব বুলি ছচিয়েল মিডিয়াত উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
      First published: