உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হেলিকপ্টাৰ লৈ হঠাৎ নলবাৰীত হিমন্ত বিশ্ব, সকলোৰে মনত প্ৰশ্ন – হঠাৎ কিয় আহিল হিমন্ত বিশ্ব?

    হেলিকপ্টাৰ লৈ হঠাৎ নলবাৰীত হিমন্ত বিশ্ব, সকলোৰে মনত প্ৰশ্ন – হঠাৎ কিয় আহিল হিমন্ত বিশ্ব?

    হঠাৎ হেলিকপ্টাৰেৰে আহিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তাক লৈ হৈ ছৈ লাগিল দলীয় কৰ্মী আৰু ৰাইজৰ মাজত।

    হঠাৎ হেলিকপ্টাৰেৰে আহিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তাক লৈ হৈ ছৈ লাগিল দলীয় কৰ্মী আৰু ৰাইজৰ মাজত।

    হঠাৎ হেলিকপ্টাৰেৰে আহিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তাক লৈ হৈ ছৈ লাগিল দলীয় কৰ্মী আৰু ৰাইজৰ মাজত।

    • Share this:
    আজি নলবাৰীত হঠাৎ হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ অৱতৰণ কৰিলে। নলবাৰীৰ বৰখালা হাই স্কুল খেলপথাৰত হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ চাবলৈ হাজাৰ-হাজাৰ মানুহৰ ভিৰ। কোনো দলীয় আৰু চৰকাৰী কৰ্যসূচী নোহোৱাকৈ নলবাৰীলৈ কিয় হঠাৎ হেলিকপ্টাৰেৰে আহিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তাক লৈ হৈ ছৈ লাগিল দলীয় কৰ্মী আৰু ৰাইজৰ মাজত।

    আচলতে নিজ বুথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "মন কি বাত" অনুষ্ঠানত অংশ লোৱা সাংসদ দিলীপ শইকীয়াক নিবলৈ আহিছে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰীজনে। ওদালগুৰিলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে সাংসদ দিলীপ শইকীয়াক লৈ নলবাৰীৰ পৰা পুনৰ ৰাওনা হ’ল হিমন্ত বিশ্ব শৰ্মা।
    Published by:Sanjay Kumar Das
    First published: