CAB বিৰোধী আন্দোলনে ধ্বংস কৰিব অসমৰ ভৱিষ্যৎ প্ৰজন্মক – ক’লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

News18-Assam
Updated:November 19, 2019, 4:27 PM IST
CAB বিৰোধী আন্দোলনে ধ্বংস কৰিব অসমৰ ভৱিষ্যৎ প্ৰজন্মক – ক’লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে
পাটোৱাৰীয়ে কয় যে CAB সন্দৰ্ভত আমি সাংবাদিকৰে ভালকৈ এদিন কথা পাতিম। আন্দোলন কৰাই কৰিয়েই থাকিব।

পাটোৱাৰীয়ে কয় যে CAB সন্দৰ্ভত আমি সাংবাদিকৰে ভালকৈ এদিন কথা পাতিম। আন্দোলন কৰাই কৰিয়েই থাকিব।

  • Share this:
নাগৰিকত্ব সংশোধনী বিধোয়ক বিৰোধী আন্দোলনে ধ্বংস কৰিব অসমৰ ভৱিষ্যৎ প্ৰজন্মক। এই মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। আজি কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ প্ৰশ্নত পাটোৱাৰীয়ে কয় যে CAB সন্দৰ্ভত আমি সাংবাদিকৰে ভালকৈ এদিন কথা পাতিম। আন্দোলন কৰাই কৰিয়েই থাকিব। গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে। আন্দোলনকাৰীক অসমৰ ভৱিষ্যতৰ কথা ভাবিবলৈও আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি