• Home
  • »
  • News
  • »
  • assam
  • »
  • অধিক ভাড়া ল’লে কৰ্তন হ’ব বাহনৰ অনুজ্ঞাপত্ৰ, সকীয়নি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

অধিক ভাড়া ল’লে কৰ্তন হ’ব বাহনৰ অনুজ্ঞাপত্ৰ, সকীয়নি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

ন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰিবহণ বিষয়ালৈ জাৰি কৰিছে নিৰ্দেশনা৷ অধিক ভাড়া সংগ্ৰহ কৰা কোনো বাহন সাৰি যাব নোৱাৰে৷

  • Share this:
যাত্ৰীৰ পৰা  অধিক ভাড়া সংগ্ৰহ কৰাক লৈ সকীয়নি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। অধিক ভাড়া সংগ্ৰহ কৰিলে কৰ্তন হ’ব বাহনৰ অনুজ্ঞা পত্ৰ৷ বাছৰ গৰাকী তথা চালক–হেণ্ডিমেনক সকীয়নি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ৷ ৰাজ্য চৰকাৰে ব্যৱসায়িক বাহনৰ ভাড়া বৃদ্ধিৰ লোৱা নাই কোনো পদক্ষেপ৷ চৰকাৰে ভাড়া বৃদ্ধি নকৰাকৈ কোনো বাহনে ল’ব নোৱাৰিব অধিক ভাড়া৷ অধিক ভাড়া সংগ্ৰহৰ তথ্য পালে কৰ্তন হ’ব অনুজ্ঞা পত্ৰ৷

ইমানেই নহয়, মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰিবহণ বিষয়ালৈ জাৰি কৰিছে নিৰ্দেশনা৷ অধিক ভাড়া সংগ্ৰহ কৰা কোনো বাহন সাৰি যাব নোৱাৰে৷ প্ৰতিখন বাহনৰ বিৰুদ্ধে গ্ৰহণ কৰক ব্যৱস্থা৷

ইপিনে বাহনৰ ভাড়া বৃদ্ধিৰ সমান্তৰালকৈ বৃদ্ধি গৃহ নিৰ্মাণৰ সামগ্ৰীৰ মূল্য৷ কিন্তু ৰহস্যজনকভাৱে গৃহ নিৰ্মাণ সামগ্ৰীৰ মূল্যৰ তাৰতম্যৰ কথা অৱগত নহয় উদ্যোগ আৰু বাণিজ্যক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷ সাংবাদিকৰ মুখত সামগ্ৰীৰ অত্যধিক মূল্য বৃদ্ধিক লৈ ব্যৱসায়ীৰ সৈতে পৰ্যালোচনা কৰাৰ আশ্বাস৷
Published by:Sanjay Kumar Das
First published: