‘BTR এতিয়াও কাৰ্যকৰী হোৱা নাই, কাৰ্যকৰী হ’বলৈ গৃহীত হ’ব লাগিব সংসদৰ উভয় সদনত’

News18 Assam | News18-Assam
Updated:February 10, 2020, 10:39 AM IST
‘BTR এতিয়াও কাৰ্যকৰী হোৱা নাই, কাৰ্যকৰী হ’বলৈ গৃহীত হ’ব লাগিব সংসদৰ উভয় সদনত’
মন্ত্ৰীগৰাকীয়ে কয় – ‘BTCৰ আগন্তুক নিৰ্বাচনত আমি মিত্ৰজোঁটে একেলগে খেলিম৷

মন্ত্ৰীগৰাকীয়ে কয় – ‘BTCৰ আগন্তুক নিৰ্বাচনত আমি মিত্ৰজোঁটে একেলগে খেলিম৷

  • News18 Assam
  • Last Updated: February 10, 2020, 10:39 AM IST
  • Share this:
BTC এতিয়াও কাৰ্যকৰী৷ এতিয়াও কাৰ্যকৰী হোৱা নাই BTR। BTR কাৰ্যকৰী হ’বলৈ সংসদৰ উভয় সদনত পাছ হ’ব লাগিব৷ সংবিধান সংশোধন হ’ব লাগিব৷ BTC এতিয়াও সাংবিধানিক৷’ – এই মন্তব্য মন্ত্ৰী চন্দন ব্ৰহ্মৰ।

News18ৰ আগত মন্ত্ৰীগৰাকীয়ে কয় – ‘BTCৰ আগন্তুক নিৰ্বাচনত আমি মিত্ৰজোঁটে একেলগে খেলিম৷ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত পুনৰ BTC চৰকাৰ হ’ব৷ আমি BTCৰ সকলোৰে উন্নয়নৰ বাবে কাম কৰি আছো আৰু কৰি যাম৷ কোনোবাই নিৰ্বাচন খেলিব পাৰে৷ আমি সকলোকে মিলি BTCৰ কাম কৰিব লাগে৷ আমি সকলোকে আহ্বান জনালো।’
আৰু চাওক
পৰৱৰ্তী বাতৰি