
‘‘বিজেপিয়ে ধৰ্মত আছে। কংগ্ৰেছ আৰু মহাজোঁট কৰা দলসমূহে শিকিব লাগিব বিজেপিৰ পৰা। টিউচন ল’ব লাগিব কিদৰে উন্নয়ন কৰে।’’ – ক’লে ভৱেশ কলিতাই।
‘‘বিজেপিয়ে ধৰ্মত আছে। কংগ্ৰেছ আৰু মহাজোঁট কৰা দলসমূহে শিকিব লাগিব বিজেপিৰ পৰা। টিউচন ল’ব লাগিব কিদৰে উন্নয়ন কৰে।’’ – ক’লে ভৱেশ কলিতাই।
বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে আৰম্ভ হৈছে পৰস্পৰে পৰস্পৰক বোকা ছটিওৱা ৰাজনীতি। ৰঙিয়াত ৰঙিয়া সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ কটাক্ষ মহাজোঁটবন্ধনক। মহাজোঁটক কৌৰৱৰ সৈতে আখ্যা। কলিতাই কয়, ‘‘কৌৰৱৰ জয় নহয়, পাণ্ডৱৰহে জয় হয়। বুৰঞ্জীয়ে কি কয়? মহাভাৰতত কি হৈছিল? অহংকাৰ হ’লে পতন হয়। অহংকাৰীবিলাক পতন হ’ব। পাণ্ডৱৰ যুগে যুগে জয়।’’
‘‘বিজেপিয়ে ধৰ্মত আছে। কংগ্ৰেছ আৰু মহাজোঁট কৰা দলসমূহে শিকিব লাগিব বিজেপিৰ পৰা। টিউচন ল’ব লাগিব কিদৰে উন্নয়ন কৰে।’’ – ক’লে ভৱেশ কলিতাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|