শেহতীয়াকৈ অসম–মিজোৰাম সীমান্ত সমস্যাক লৈ আলোচনাৰ বাবে মিজোৰামলৈও গৈছিল অতুল বৰা।
শেহতীয়াকৈ অসম–মিজোৰাম সীমান্ত সমস্যাক লৈ আলোচনাৰ বাবে মিজোৰামলৈও গৈছিল অতুল বৰা।
কোভিডত আক্ৰান্ত হৈছে কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰা৷ বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অতুল বৰা ৷ লক্ষণ দেখা দিয়াত কোভিড পৰীক্ষা কৰিছিল মন্ত্ৰীজনে৷ মন্ত্ৰীজনৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড পৰীক্ষা কৰাৰ আহ্বান মন্ত্ৰীজনৰ৷ বিধানসভাৰ অধিৱেশনতো উপস্থিত আছিল মন্ত্ৰীগৰাকী। শেহতীয়াকৈ অসম–মিজোৰাম সীমান্ত সমস্যাক লৈ আলোচনাৰ বাবে মিজোৰামলৈও গৈছিল অতুল বৰা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|