দুৰ্ঘটনাত আহত হৈছে বাহনৰ চালকজন। ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
দুৰ্ঘটনাত আহত হৈছে বাহনৰ চালকজন। ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হোজাইত। বান পৰিস্থিতিৰ বুজ ল’বলৈ হোজাইলৈ আহিছিল মন্ত্ৰীগৰাকী। হোজাইৰ বৰবহাত ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা। সেনাবাহীনিৰ এখন বাহন অভাৰটেক কৰিব লোৱাৰ সময়তে পিছফালৰ পৰা দুৰ্ঘটনাগ্ৰস্থ বলেৰ বাহনখনে খুন্দা মাৰে। দুৰ্ঘটনাগ্ৰস্থ বলেৰ’খনৰ নম্বৰ AS 02AA 1043। দুৰ্ঘটনাত আহত হৈছে বাহনৰ চালকজন। ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|