• Home
  • »
  • News
  • »
  • assam
  • »
  • শীঘ্ৰে অসমত সম্পন্ন হ'ব ১ লাখ নিযুক্তি, যোগ্য পৰিয়ালেহে পাব অৰুণোদয়ৰ নিযুক্তি

শীঘ্ৰে অসমত সম্পন্ন হ'ব ১ লাখ নিযুক্তি, যোগ্য পৰিয়ালেহে পাব অৰুণোদয়ৰ নিযুক্তি

মন্ত্ৰীগৰাকীয়ে কয়, এতিয়াৰে পৰা যোগ্য পৰিয়ালেহে পাব অৰুণোদয়ৰ নিযুক্তি। তিনি-চাৰিচকীয়া বাহন, ফ্ৰীজ আদি থকা পৰিয়ালৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা।

  • Share this:
শীঘ্ৰেই অসমত সম্পন্ন হ'ব ১ লাখ নিযুক্তি। এক লাখ নিবনুৱাৰ নিযুক্তি প্ৰক্ৰিয়াৰ কাম চলি আছে। নগাঁৱত এই মন্তব্য বিত্তমন্ত্ৰী অজন্তা নেওগৰ।

অৰুণোদয় আঁচনিক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অজন্তা নেওগে। মন্ত্ৰীগৰাকীয়ে কয়, এতিয়াৰে পৰা যোগ্য পৰিয়ালেহে পাব অৰুণোদয়ৰ নিযুক্তি। তিনি-চাৰিচকীয়া বাহন, ফ্ৰীজ আদি থকা পৰিয়ালৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা।

নগাঁও জিলা পুথিভঁড়ালত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী পৰীক্ষণ আৰু পুনৰীক্ষণৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে অজন্তা নেওগে। এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক জিতু গোস্বামী, শশীকান্ত দাস, ৰূপক শৰ্মা আৰু জিলা উপায়ুক্তও।
Published by:Sanjay Kumar Das
First published: