• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যত ভূঁইকঁপৰ মৃদু জোকাৰণি, কেন্দ্ৰস্থল শোণিতপুৰ

ৰাজ্যত ভূঁইকঁপৰ মৃদু জোকাৰণি, কেন্দ্ৰস্থল শোণিতপুৰ

২ বাজি ৪০ মিনিটত হোৱা ভূমিকম্পটোৰ জোকাৰণি তেনেই মৃদু আছিল।

২ বাজি ৪০ মিনিটত হোৱা ভূমিকম্পটোৰ জোকাৰণি তেনেই মৃদু আছিল।

২ বাজি ৪০ মিনিটত হোৱা ভূমিকম্পটোৰ জোকাৰণি তেনেই মৃদু আছিল।

  • Share this:

ৰাজ্যত ভূমিকম্পৰ মৃদু জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ কেন্দ্ৰ আছিল শোণিতপুৰ। ভূগৰ্ভৰ ৫ কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৩.৮। ২ বাজি ৪০ মিনিটত হোৱা ভূমিকম্পটোৰ জোকাৰণি তেনেই মৃদু আছিল। উল্লেখ্য, ভূকম্পনপ্ৰৱণ অঞ্চলটোত শেহতীয়াকৈ হোৱা বহুকেইটা ভূমিকম্পৰ কেন্দ্ৰস্থল শোণিতপুৰ হোৱা পৰিলক্ষিত হৈছে।

Published by:Gautam Barman
First published: