মধ্যাহ্ন ভোজনৰ ১,১৮,৯৯৮ গৰাকী কৰ্মচাৰীলৈ সুখবৰ, বৃদ্ধি পালে দৰমহা

News18 Assam | News18-Assam
Updated:October 13, 2020, 2:01 PM IST
মধ্যাহ্ন ভোজনৰ ১,১৮,৯৯৮ গৰাকী কৰ্মচাৰীলৈ সুখবৰ, বৃদ্ধি পালে দৰমহা
পূজাৰ পূৰ্বে বৰ্ধিত নিৰিখ লাভ কৰিব ৰান্ধনী আৰু সহায়িকাইসকলে।

পূজাৰ পূৰ্বে বৰ্ধিত নিৰিখ লাভ কৰিব ৰান্ধনী আৰু সহায়িকাইসকলে।

  • Share this:
মধ্যাহ্ন ভোজনৰ ১,১৮,৯৯৮ গৰাকী কৰ্মচাৰীলৈ সুখবৰ। ৰান্ধনী আৰু সহায়কৰ দৰমহা এতিয়াৰে পৰা ৫০০ টকাকৈ বৃদ্ধি কৰা হৈছে। ভাৰত চৰকাৰে পূৰ্বে ১০০০ টকাকৈ দি আছিল তেওঁলোকক। এতিয়াৰে পৰা তেওঁলোকৰ দৰমহা হ’ব ১৫০০ টকা। এক এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এই টকা প্ৰদান কৰা হ’ব। আজি সংবাদমেলত এই কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পূজাৰ পূৰ্বে বৰ্ধিত নিৰিখ লাভ কৰিব ৰান্ধনী আৰু সহায়িকাইসকলে। ইয়াৰ বাবে চৰকাৰৰ খৰচ হ’ব অতিৰিক্ত ৬০ কোটি টকা।
Published by: Sanjay Kumar Das
First published: October 13, 2020, 2:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading