আন্দোলনৰ পিছত শিক্ষা মন্ত্ৰীৰে আলোচনা সমাপ্ত ৰান্ধনী - সহায়িকা সন্থাৰ আলোচনা। আলোচনাক লৈ সন্তুষ্ট নহয় মধ্যাহ্ন ভোজনৰ কৰ্মী-সহায়িকা সকল। পুনৰ আন্দোলন কৰাৰ হুংকাৰ।

ৰান্ধনী - সহায়িকা সন্থাৰ আলোচনাত মাননী বৃদ্ধিৰ একো আশ্বাস নিদিলে শিক্ষা মন্ত্ৰীয়ে। কেৱল অৰুনোদই আঁচনিত নাম অন্তৰ্ভুক্ত কৰাৰ আশ্বাস শিক্ষামন্ত্ৰীৰ।চিকিৎসা সেৱা আৰু পেঞ্চনৰ সন্দৰ্ভত বিবেচনা কৰাৰ আশ্বাস শিক্ষামন্ত্ৰীৰ।মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ কথা অস্বীকাৰ শিক্ষা মন্ত্ৰীৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাক উৰা বাতৰিৰ আখ্যা উৰা বাতৰিত ভুল নাযাবা লৈ আহ্বান শিক্ষা মন্ত্ৰীৰ।আনহাতেTET শিক্ষকৰ আন্দোলনকলৈও প্ৰতিক্ৰিয়া শিক্ষা মন্ত্ৰীৰTET শিক্ষকে আন্দোলন কিয় কৰি আছে বুজি পোৱা নাই শিক্ষা মন্ত্ৰীয়ে।ঠিকা ভিত্তিক নাম টোৰ বাহিৰে নিয়মীয়া শিক্ষকৰ সৈতে একে সা-সুবিধা ভোগ কৰি আছে TET শিক্ষকে । ৬০ বছৰৰ বয়স লৈ তেওঁলোকৰ চাকৰি থাকিব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে চুক্তি সম্পন্ন হৈছে । TET শিক্ষকৰ মৰগীয়া বানছ বৃদ্ধিৰ দাবীকো পৰ্যায়ক্ৰমে বিবেচনা কৰা হ'ব বুলি মন্তব্য শিক্ষা মন্ত্ৰীৰ । TET শিক্ষক সকলৰ বাবে চৰকাৰে চিন্তা চৰ্চা কৰি আছে । কিছু দিন অপেক্ষা কৰাৰ আহ্বান। বিত্তীয় পৰিকল্পনাৰ বাবে কিছু সময়ৰ প্ৰয়োজন । ঠিকা ভিত্তিক শিক্ষক সকলৰ চিন্তাৰ কোনো কাৰণ নাই ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|