শীঘ্ৰে কংগ্ৰেছ ত্যাগ কৰিব এম জি ভি কে ভানুৱে! কংগ্ৰেছ এৰিলে বিকাশ কলিতাই

বিগত লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আছিল এম জি ভি কে ভানু।

News18-Assam
Updated:October 30, 2019, 7:49 AM IST
শীঘ্ৰে কংগ্ৰেছ ত্যাগ কৰিব এম জি ভি কে ভানুৱে! কংগ্ৰেছ এৰিলে বিকাশ কলিতাই
বিগত লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আছিল এম জি ভি কে ভানু।
News18-Assam
Updated: October 30, 2019, 7:49 AM IST
শীঘ্ৰে এম জি ভি কে ভানুৱে ত্যাগ কৰিব কংগ্ৰেছ দল। দুই এদিনৰ ভিতৰতে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব ভানুৱে। NEWS18ক ভানুৱে জনালে এই কথা। ভানুৱে কয় – মই কংগ্ৰেছ এৰাৰ সিদ্ধান্ত লৈছো। কেতিয়া এৰিম, সেয়া কাইলৈ (বুধবাৰে) সিদ্ধান্ত ল’ম।

উল্লেখযোগ্য যে বিগত লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আছিল এম জি ভি কে ভানু। বিজেপিৰ পল্লৱ লোচন দাসৰ হাতত পৰাস্ত হৈছিল ভানু। লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰিছিল প্ৰশাসনিক বিষয়াগৰাকীয়ে।

আনহাতে, কংগ্ৰেছ দল ত্যাগ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ সোঁহাতস্বৰূপ বিকাশ কলিতাই। ৰিপুণ বৰাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত বিকাশ কলিতা।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


 
আৰু চাওক পৰৱৰ্তী বাতৰি