মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Weather : ৰাজ্যত আগন্তুক ২৪ ঘণ্টাত ধুমুহাৰ লগতে শিলাবৃষ্টিৰ সতৰ্কবাণী

Assam Weather : ৰাজ্যত আগন্তুক ২৪ ঘণ্টাত ধুমুহাৰ লগতে শিলাবৃষ্টিৰ সতৰ্কবাণী

পশ্চিম অসম আৰু উত্তৰ অসমত কিছু ঠাইত ৩০/৪০ গতিবেগত ধুমুহা

পশ্চিম অসম আৰু উত্তৰ অসমত কিছু ঠাইত ৩০/৪০ গতিবেগত ধুমুহা

পশ্চিম অসম আৰু উত্তৰ অসমত কিছু ঠাইত ৩০/৪০ গতিবেগত ধুমুহা

  • Share this:
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু ঠাইত আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ৪০/৫০ কিলোমিটাৰ গতিবেগত ধুমুহাৰ লগতে শিলাবৃষ্টিৰ সতৰ্কবাণী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। কিছু কিছু ঠাইত বৰষুণ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে যদিও কিছু ঠাইত থাকিব বিজুলী ঢেৰেকনি (Meteorological Centre warns of storm and hailstorm in the state in the next 24 hours)।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে কাইলৈ ধুমুহাৰ পৰিমাণ কিছু ঠাইত হ্ৰাস পাব, যদিও পশ্চিম অসম আৰু উত্তৰ অসমত কিছু ঠাইত ৩০/৪০ গতিবেগত ধুমুহা অহাৰ আশংকা আছে।

শেহতীয়া বাতৰি