মুখ্যপৃষ্ঠা »খবৰ »অসম »Mrs India: অসমলৈ সুনাম কঢ়িয়াই আনিলে বৰপেটাৰোডৰ মায়া স্বৰ্গীয়াৰীয়ে, মুম্বাইত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত 'মিছেছ ইণ্ডিয়া' খিতাপ দখল

Mrs India: অসমলৈ সুনাম কঢ়িয়াই আনিলে বৰপেটাৰোডৰ মায়া স্বৰ্গীয়াৰীয়ে, মুম্বাইত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত 'মিছেছ ইণ্ডিয়া' খিতাপ দখল

চলিত মাহৰ ১৫ মাৰ্চত মুম্বাইত 'KRISHNA CHOUHAN FOUNDATION' চমুকৈ KCF এ অনুষ্ঠিত কৰা সৰ্বভাৰতীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত 'Mrs India' ৰূপালী মুকুট খিতাপ দখল কৰিবলৈ সক্ষম হৈছে মায়া স্বৰ্গীয়াৰীয়ে।

  • Share this:
অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বৰপেটাৰোডৰ মায়া স্বৰ্গীয়াৰীয়ে। মুম্বাইত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত 'Mrs India' খিতাপ দখল অসমৰ মায়া স্বৰ্গীয়াৰীৰ। মায়া স্বৰ্গীয়াৰীৰ শিৰত জিলিকিল 'Mrs India'ৰ বিজয়ী মুকুট, লগতে নাৰী শক্তি সন্মান বঁটা ২০২৩ সন্মানেৰেও সন্মানিত হ'ল অসমৰ মায়া স্বৰ্গীয়াৰী।

চলিত মাহৰ ১৫ মাৰ্চত মুম্বাইত 'KRISHNA CHOUHAN FOUNDATION' চমুকৈ KCF এ অনুষ্ঠিত কৰা সৰ্বভাৰতীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত 'Mrs India' ৰূপালী মুকুট খিতাপ দখল কৰিবলৈ সক্ষম হৈছে মায়া স্বৰ্গীয়াৰীয়ে।

এই সৌন্দৰ্য্য প্ৰতিযোগিতাত বৰপেটাৰোডৰ চন্দনপুৰৰ মায়া স্বৰ্গীয়াৰীয়ে একমাত্ৰ অসমৰ হৈ অংশগ্ৰহণ কৰি 'Mrs India'  খিতাপ দখল কৰিবলৈ সক্ষম হয়। উল্লেখ্যে মায়াই নিজৰ  শ্ৰেষ্ঠ কলা প্ৰদৰ্শন কৰি সমাজখনক এক নতুন দিশ আনিবলৈ সক্ষম হৈছে।

এই বঁটা প্ৰদান অনুষ্ঠানত বলিউড জগতৰ শিল্পী আৰতি নাগপাল, দিলীপ সেন, ছিমৰান আহুজা, বি এন তিৱাৰী, দীপা নাৰায়ণ ঝা, গায়িকা ঋতু পাঠক, সুনীল পাল, অভিনেত্ৰী সুজাতা মেহতাৰ লগতে বোলিউড জগতৰ বহু গণ্য মান্য শিল্প কলা কুশলী উপস্থিত থাকে বুলি জানিব দিয়ে মায়া স্বৰ্গীয়াৰীয়ে।।

শেহতীয়া বাতৰি