• Home
  • »
  • News
  • »
  • assam
  • »
  • Birth Anniversary of Lachit Borphukan : নলবাৰীত লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী উপলক্ষে বিশাল শোভাযাত্ৰা

Birth Anniversary of Lachit Borphukan : নলবাৰীত লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী উপলক্ষে বিশাল শোভাযাত্ৰা

শোভাযাত্ৰাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে চৰকাৰী কৰ্মচাৰীসকলে  অংশগ্ৰহণ কৰে৷

  • Share this:

জাতীয় বীৰ অসমীয়াৰ স্বাভিমান লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী  ১৮ নৱেম্বৰ পৰা ২৫ নৱেম্বৰলৈ নলবাৰী জিলা প্ৰশাসনৰ উদ্যাগত নলবাৰী গৰ্ডন স্কুল খেলপথাৰত আঠ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে৷

আজি সপ্তম দিনটোত উক্ত কাৰ্যসূচীৰ অংশস্বৰূপে গৰ্ডন খেলপথাৰৰ পৰা বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনেৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ উক্ত শোভাযাত্ৰাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে চৰকাৰী কৰ্মচাৰীসকলে  অংশগ্ৰহণ কৰে৷

ইপিনে উক্ত সাংস্কৃতিক শোভাযাত্ৰা নলবাৰী জিলা উপায়ুক্তই শুভাৰম্ভ কৰি লাচিত বৰফুকনৰ কৰ্মৰাজিৰ বিষয়ে মন্তব্য আগবঢ়ায়৷ উল্লেখযোগ্য যে নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত বিগত দিনকেইটাত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি