• Home
  • »
  • News
  • »
  • assam
  • »
  • ‍Breaking News | দক্ষিণ কামৰূপৰ পলাশবাৰীত বিধ্বংসী অগ্নিকাণ্ড

‍Breaking News | দক্ষিণ কামৰূপৰ পলাশবাৰীত বিধ্বংসী অগ্নিকাণ্ড

কি কাৰণ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ল সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।

কি কাৰণ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ল সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।

কি কাৰণ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ল সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।

  • Share this:
দক্ষিণ কামৰূপৰ পলাশবাৰীত বিধ্বংসী অগ্নিকাণ্ড। স্কিপাৰ লিমিটেডত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত জাহ গ’ল কোম্পানীটোৰ বহু সামগ্ৰী। অগ্নিনিৰ্বাপক বাহিনীৰ ৫খন গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। কি কাৰণ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ল সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি