• Home
  • »
  • News
  • »
  • assam
  • »
  • মঙলদৈত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

মঙলদৈত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

প্ৰায় ৫০ লাখ টকাৰ সামগ্ৰী এই অগ্নিকাণ্ডত ভস্মীভূত হয় বুলি জানিব পৰা গৈছে।

প্ৰায় ৫০ লাখ টকাৰ সামগ্ৰী এই অগ্নিকাণ্ডত ভস্মীভূত হয় বুলি জানিব পৰা গৈছে।

প্ৰায় ৫০ লাখ টকাৰ সামগ্ৰী এই অগ্নিকাণ্ডত ভস্মীভূত হয় বুলি জানিব পৰা গৈছে।

  • Share this:
মঙলদৈ চহৰত ভয়ংকৰ অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়। শক্তি বিভাগৰ কাৰ্যলয়ৰ সন্মুখৰ ৬খন দোকান জুইত জাহ যায়।

প্ৰায় ৫০ লাখ টকাৰ সামগ্ৰী এই অগ্নিকাণ্ডত ভস্মীভূত হয় বুলি জানিব পৰা গৈছে। ব্যৱসায়ী কিৰীতি বৰাৰ ব্যৱসায়িক প্ৰতিষ্ঠান শ্বৰ্ট চাৰ্কিটৰ ফলত লগা জুই অগ্নি নিৰ্বাপক বাহিনী আৰু ৰাইজৰ সহযোগত নিৰ্বাপন কৰিবলৈ সক্ষম হয়। প্ৰায় চাৰি ঘণ্টাৰ চেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি