তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড, ৫টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ

কেইবালাখ টকাৰ সা–সম্পত্তিৰ ক্ষতিসাধন হয় এই অগ্নিকাণ্ডত।

News18-Assam
Updated:August 26, 2019, 3:10 PM IST
তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড, ৫টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ
কেইবালাখ টকাৰ সা–সম্পত্তিৰ ক্ষতিসাধন হয় এই অগ্নিকাণ্ডত।
News18-Assam
Updated: August 26, 2019, 3:10 PM IST
তিনিচুকীয়াৰ বালুগাডাত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল ১৩টা বাসগৃহ। ৫টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰে জুয়ে। তিনিচুকীয়াৰ পাঁচখন আৰু দুলীয়াজানৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ সহায় নিৰ্বাপন কৰা হয় জুই। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। কেইবালাখ টকাৰ সা–সম্পত্তিৰ ক্ষতিসাধন হয় এই অগ্নিকাণ্ডত।
আৰু চাওক পৰৱৰ্তী বাতৰি