টীয়কত ভয়ংকৰ অগ্নিকাণ্ড, চাৰিটাকৈ বাসগৃহ ভস্মীভূত

News18 Assam | News18-Assam
Updated:February 12, 2021, 8:50 AM IST
টীয়কত ভয়ংকৰ অগ্নিকাণ্ড, চাৰিটাকৈ বাসগৃহ ভস্মীভূত
এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা–সম্পতিৰ লগতে কেইবাটাও পশুধন জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।

এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা–সম্পতিৰ লগতে কেইবাটাও পশুধন জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।

  • Share this:
টীয়কৰ সোণাৰী মিচিং গাঁৱত বিধ্বংসী অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত চাৰিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ। খবৰ দিয়াৰ পিছতো বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাত ক্ষোভিত হৈ পৰে স্থানীয় লোক। এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা–সম্পতিৰ লগতে কেইবাটাও পশুধন জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।
Published by: Sanjay Kumar Das
First published: February 12, 2021, 8:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি