চামগুৰিৰ আমবাগানত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল প্ৰায় ১০খন দোকান

বৈদ্যুতিক শ্বৰ্ট-চাৰ্কিটৰ বাবেই এখন জোতাৰ দোকানৰ পৰা জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ।

News18-Assam
Updated:November 3, 2019, 9:10 AM IST
চামগুৰিৰ আমবাগানত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল প্ৰায় ১০খন দোকান
বৈদ্যুতিক শ্বৰ্ট-চাৰ্কিটৰ বাবেই এখন জোতাৰ দোকানৰ পৰা জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ।
News18-Assam
Updated: November 3, 2019, 9:10 AM IST
পুৱাই চামগুৰিৰ আমবাগান দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড। জুইয়ে সম্পূৰ্ণৰূপে ভষ্মীভূত কৰিলে প্ৰায় দহ খন দোকান। আন বহুকেইখন দোকানলৈও সম্প্ৰসাৰিত হয় জুই। প্ৰায় ৩০ লক্ষাধিক টকাৰ ক্ষতিসাধন হয় এই অগ্নিকাণ্ডত। বৈদ্যুতিক শ্বৰ্ট-চাৰ্কিটৰ বাবেই এখন জোতাৰ দোকানৰ পৰা জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।
আৰু চাওক পৰৱৰ্তী বাতৰি