உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নলবাৰী চহৰৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড

    নলবাৰী চহৰৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড

    শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে যদিও এতিয়াও স্পষ্ট হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।

    • Share this:
    নিশা নলবাৰী চহৰৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড৷ নলবাৰী চহৰৰ মাজ মজিয়াৰ দৌল গোবিন্দপুৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে ব্যৱসায়ী চন্দন সিংহানিয়াৰ কেইবাটাও এজেন্সীৰ সামগ্ৰী থকা সুজাটা ট্ৰেড এজেন্সী নামৰ গুদামত সংঘটিত হ’ল এই অগ্নিকাণ্ড।

    শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে যদিও এতিয়াও স্পষ্ট হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ। ইফালে, ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ বহু চেষ্টাৰ অন্তত নিৰ্বাপন কৰে জুই। অগ্নিকাণ্ডত কোটি টকাৰ সামগ্ৰী জাহ যোৱাৰ সন্দেহ কৰা হৈছে৷
    Published by:Sanjay Kumar Das
    First published: