নাহৰকটীয়াৰ নামফাকে গাঁৱত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল প্ৰায় ২০ লাখ টকাৰ সম্পত্তি

দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে।
দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে।
- News18 Assam
- Last Updated: November 30, 2020, 10:20 AM IST
অগ্নিকাণ্ডৰ মূল কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে। ইফালে নাহৰকটীয়াৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় হয় যদিও পৰিয়ালটোৰ প্ৰায় ২০ লাখ টকাৰ সম্পত্তি জুইত জাহ যায়।