
লংকা থানাৰ অন্তৰ্গত মাণ্ডুলি গাঁওৰ কৰণ সিঙৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।
লংকা থানাৰ অন্তৰ্গত মাণ্ডুলি গাঁওৰ কৰণ সিঙৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।
হোজাই জিলাৰ লংকাত আজি পুৱা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। লংকা থানাৰ অন্তৰ্গত মাণ্ডুলি গাঁওৰ কৰণ সিঙৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।শ্বৰ্ট চাৰ্কিটৰ ফলত সূত্ৰপাত হোৱা অগ্নিকাণ্ডত জাহ যায় ঘৰৰ কোঠালি।
অগ্নিকাণ্ডত নগদ ১৯ হাজাৰ টকাৰ লগতে প্ৰায় দুই লাখ টকাৰ সা–সম্পত্তিও বিনষ্ট হৈছে।ইপিনে অগ্নিকাণ্ডৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীক যোগাযোগ কৰিও কোনোধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালটোৱে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|